প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শ্ৰীযুত মিচেল মাৰ্টিনক অভিনন্দন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
प्रविष्टि तिथि:
24 JAN 2025 11:38AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শ্ৰীযুত মিচেল মাৰ্টিনক অভিনন্দন জনাইছে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
“আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে @MichealMartinTDক অভিনন্দন জনাইছে। আমি আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যিটো মিলিত মূল্যবোধ আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ শক্তিশালী ভেটিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2095717)
आगंतुक पटल : 72
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam