প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

খাজা মইনুদ্দিন চিষ্টিৰ উৰছ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 02 JAN 2025 11:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খাজা মইনুদ্দিন চিষ্টিৰ উৰছ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী কিৰেন ৰিজিজুৰ এটা পোষ্টৰ সঁহাৰি জনাই শ্ৰী মোদীয়ে এক্স পোষ্টত লিখেঃ

"খাজা মইনুদ্দিন চিষ্টিৰ উৰছ উপলক্ষে শুভেচ্ছা জনালোঁ।" এই উৎসৱে সকলোৰে জীৱনত সুখ আৰু শান্তি কঢ়িয়াই আনক।"

***

MJPS/SR/DB


(Release ID: 2094785) Visitor Counter : 31