প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তিনিখনকৈ আগশাৰীৰ নৌসেনাৰ যুদ্ধ জাহাজৰ যাত্ৰাৰম্ভই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী শীৰ্ষস্থানীয় দেশত পৰিণত হোৱাৰ দিশত আমাৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত আমাৰ অভিযানকো তৰান্বিত কৰিব: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
14 JAN 2025 8:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উল্লেখ কৰে যে ২০২৫ চনৰ ১৫ জানুৱাৰীত তিনিখনকৈ আগশাৰীৰ নৌসেনাৰ যুদ্ধ জাহাজৰ সূচনা কৰাৰ যোগেদি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী শীৰ্ষ স্থানীয় দেশত পৰিণত হোৱাৰ দিশত আমাৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব আৰু আমাৰ আত্মনিৰ্ভৰশীলতাৰ সাধনাকো তৰান্বিত কৰিব।
মুখপাত্ৰ নৌসেনাই এক্সত কৰা এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখিছে:
‘আমাৰ নৌসেনাৰ ক্ষমতাৰ ক্ষেত্ৰত কাইলৈ ১৫ জানুৱাৰীৰ দিনটো এটা বিশেষ দিন হিচাপে বিবেচিত হ’ব। তিনিখনকৈ আগশাৰীৰ নৌসেনাৰ যুদ্ধ জাহাজৰ সূচনাই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী আগশাৰীৰ দেশত পৰিণত হোৱাৰ দিশত আমাৰ প্ৰচেষ্টা আৰু অধিক শক্তিশালী কৰি তুলিব আৰু আত্মনিৰ্ভৰশীলতাৰ দিশতো আমাৰ অভিযান তৰান্বিত কৰিব।”
**********
MJPS/SR
(ৰিলিজ আই ডি : 2093450)
অতিথি কক্ষ : 52
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam