প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ ভাৰতীয় ষ্টাৰ্টআপসমূহে বিশেষকৈ ভৱিষ্যতৰ ক্ষেত্ৰসমূহত আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱ বিস্তাৰ কৰাত আনন্দিত হৈছোঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱ শক্তিৰ ক্ষমতা আৰু দক্ষতাত গৌৰৱান্বিত, যিয়ে ভাৰতক ষ্টাৰ্টআপৰ বাবে আটাইতকৈ আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত কৰিছেঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
16 JAN 2025 1:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ষ্টাৰ্টআপসমূহে বিশেষকৈ ভৱিষ্যতৰ ক্ষেত্ৰসমূহত আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱ পেলোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে। "ভাৰতৰ যুৱ শক্তিৰ ক্ষমতা আৰু দক্ষতাক লৈ গৌৰৱান্বিত, যিয়ে ভাৰতক ষ্টাৰ্টআপৰ বাবে আটাইতকৈ আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত কৰিছে!", শ্ৰী মোদীয়ে কয়।
মাইগভইণ্ডিয়াত উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰেঃ
"আমাৰ ভাৰতীয় ষ্টাৰ্টআপসমূহে বিশেষকৈ ভৱিষ্যতৰ ক্ষেত্ৰসমূহত আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱ বিস্তাৰ কৰাত আনন্দিত হৈছো।"
#ষ্টাৰ্টআপ ইণ্ডিয়াৰ ৯ বছৰ
"ভাৰতৰ যুৱ শক্তিৰ ক্ষমতা আৰু দক্ষতাত গৌৰৱান্বিত, যিয়ে ভাৰতক ষ্টাৰ্টআপৰ বাবে আটাইতকৈ আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত কৰিছে!"
#ষ্টাৰ্টআপ ইণ্ডিয়াৰ ৯ বছৰ
***
MJPS/VJ/MK
(ৰিলিজ আই ডি : 2093400)
অতিথি কক্ষ : 71
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam