প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু এখন বহনক্ষম, ন্যায়নিষ্ঠ বিশ্বক উত্সাহিত কৰাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 31 DEC 2024 8:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে ২০২৪ চনৰ বিভিন্ন গোলকীয় সন্মিলনত ভাৰতৰ সক্ৰিয় ভূমিকাই আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু এক বহনক্ষম, ন্যায়নিষ্ঠ বিশ্বক উদগনি দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাতে আলোকপাত কৰে।

 

‘এক্স’-ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হেণ্ডেল-য়ে উল্লেখ কৰিছে:

 

"২০২৪ চনত বিভিন্ন গোলকীয় সন্মিলনত ভাৰতৰ সক্ৰিয় ভূমিকাই আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু এক বহনক্ষম, ন্যায়নিষ্ঠ বিশ্বক উদগণি দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাতে আলোকপাত কৰে।"

 

******

MJPS/SR


(ৰিলিজ আই ডি : 2089163) অতিথি কক্ষ : 61