গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে

এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ মনমোহন সিং ডাঙৰীয়া বিত্ত আৰু ৰাজহুৱা নীতিৰ বিস্তৃত জ্ঞানৰ বাবে সদায় স্মৰণীয় হৈ থাকিব

प्रविष्टि तिथि: 27 DEC 2024 3:03PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে।

‘এক্স’ৰ এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয়, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং ডাঙৰীয়ালৈ পুষ্পাঞ্জলি অৰ্পণ কৰোঁ। এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ মনমোহন সিং ডাঙৰীয়া বিত্ত আৰু ৰাজহুৱা নীতিৰ বিস্তৃত জ্ঞানৰ বাবে সদায় স্মৰণীয় হৈ থাকিব।

*****

RR/VV/ASH/PR/SB
 


(रिलीज़ आईडी: 2088426) आगंतुक पटल : 56
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Malayalam