প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বেঞ্জামিন নেতানিয়াহুক হানুকাৰ শুভেচ্ছা জ্ঞাপন কৰে
Posted On:
25 DEC 2024 6:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু সমগ্ৰ বিশ্বৰ এই উৎসৱ উদযাপন কৰা সকলো ৰাইজলৈ হানুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছে:
“হানুকা উৎসৱ উদযাপন কৰা PM @netanyahu আৰু সমগ্ৰ বিশ্বৰ সকলো লোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হানুকাৰ উজ্জ্বলতাই সকলোৰে জীৱনক আশা, শান্তি আৰু শক্তিৰে আলোকিত কৰক। হানুকা ছামীচ!"
***
MJPS/VJ/MS
(Release ID: 2087972)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam