প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বৰদিন উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
25 DEC 2024 9:36AM by PIB Guwahati
বৰদিন উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে লগতে চিবিচিআইত তেওঁ অংশগ্ৰহণ কৰা বৰদিনৰ কাৰ্যসূচীৰ আভাসো শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখে:
"আপোনালোক সকলোকে বৰদিনৰ শুভেচ্ছা জনাইছো।"
প্ৰভু যীচু খ্ৰীষ্টৰ শিক্ষাই সকলোকে শান্তি আৰু সমৃদ্ধিৰ পথ দেখুৱাওক।
চিবিচিআইৰ বৰদিনৰ কাৰ্যসূচীৰ মুল অংশসমূহ দিয়া হ'ল..."
***
MJPS/VJ/DB
(रिलीज़ आईडी: 2087967)
आगंतुक पटल : 50
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam