প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-এ শিশুসকলক উদ্ভাৱনীমূলক পদক্ষেপ আৰু সম্পদেৰে মাতৃভাষাত শিক্ষা প্ৰদান কৰাৰ দৃষ্টিভংগী সমৰ্থন কৰে: প্ৰধানমন্ত্ৰী

Posted On: 11 DEC 2024 11:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-য়ে শিশুসকলক উদ্ভাৱনীমূলক পদক্ষেপ আৰু সম্পদৰ সৈতে তেওঁলোকৰ মাতৃভাষাত শিক্ষা প্ৰদান কৰাৰ দৃষ্টিভংগীক সমৰ্থন কৰে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক্সত এই সন্দৰ্ভত কৰা এটা পোষ্টৰ সঁহাৰি দি শ্ৰী মোদীয়ে লিখিছে:

"কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী @dpradhanbjp শিশুসকলক গভীৰ শিক্ষা, সৃজনশীলতা বৃদ্ধি আৰু সাংস্কৃতিক শিপা সংৰক্ষণৰ বাবে মাতৃভাষাত শিক্ষা প্ৰদান কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-য়ে উদ্ভাৱনী মূলক পদক্ষেপ আৰু সম্পদৰ সৈতে এই দৃষ্টিভংগীক সমৰ্থন কৰে বুলি তেওঁ উল্লেখ কৰে।"

***

MJPS/SR/MK/BB


(Release ID: 2083115) Visitor Counter : 65