প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্বহীদ দিৱস হৈছে অসম আন্দোলনত আত্মোৎসৰ্গা কৰাসকলৰ অসাধাৰণ সাহস আৰু ত্যাগৰ গাঁথাক স্মৰণৰ এটি উপলক্ষঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 10 DEC 2024 4:16PM by PIB Guwahati

শ্বহীদ দিৱস হৈছে অসম আন্দোলনত আত্মোৎসৰ্গা কৰাসকলৰ অসাধাৰণ সাহস আৰু ত্যাগৰ গাঁথাক স্মৰণৰ এটি উপলক্ষ, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এইদৰে কয়।

এই সন্দৰ্ভত তেখেতে এক্সৰ এটা প’ষ্টত কয়ঃ

“শ্বহীদ দিৱস হৈছে অসম আন্দোলনত আত্মোৎসৰ্গা কৰাসকলৰ অসাধাৰণ সাহস আৰু ত্যাগৰ গাঁথাক স্মৰণৰ এটি উপলক্ষ। তেওঁলোকৰ অদম্য সংকল্প আৰু নিস্বাৰ্থ প্ৰচেষ্টাই অসমৰ অনন্য সংস্কৃতি আৰু পৰিচয় ৰক্ষাত সহায় কৰিছিল। তেওঁলোকৰ বীৰত্বই আমাক সকলোকে এখনি উন্নত অসম গঢ়াৰ অৰ্থে কাম কৰি যাবলৈয়ো অনুপ্ৰাণিত কৰে।”

***

MJPS/SR/SKS/SB


(ৰিলিজ আই ডি : 2082829) অতিথি কক্ষ : 128