প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে বঞ্জাৰা সংস্কৃতি আৰু ইয়াৰ জনসাধাৰণৰ স্মৰণীয় অভিজ্ঞতা ভাগ-বতৰা কৰে

Posted On: 05 OCT 2024 6:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাছিম ​​ভ্ৰমণৰ সময়ত বঞ্জৰা সংস্কৃতি আৰু ইয়াৰ জনসাধাৰণৰ স্মৰণীয় অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰে।

এক্সত এটা ভিডিঅ’ পোষ্টত তেওঁ এইদৰে কয়, “ৱাছিমলৈ এক স্মৰণীয় ভ্ৰমণ কৰিলো, বিশেষকৈ বঞ্জৰা সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন স্থান ভ্ৰমণ কৰি খুৱ ভাল লাগিল।”

***

MJPS/SR/MS



(Release ID: 2062749) Visitor Counter : 11