প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মিলাদ-উন-নবী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে
प्रविष्टि तिथि:
16 SEP 2024 9:01AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক মিলাদ-উন-নবী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।
শ্ৰী মোদীয়ে এক্সত তেওঁৰ এটা বাৰ্তাত লিখিছে:
"ঈদ মুবাৰক!
মিলাদ-উন-নবী উপলক্ষে আন্তৰিক শুভেচ্ছা। সম্প্ৰীতি আৰু ঐক্যই সদায় প্ৰাধান্য লাভ কৰক। সামগ্ৰিকভাৱে সুখ আৰু সমৃদ্ধি হওক।”
**********
MJPS/SR
(रिलीज़ आईडी: 2055337)
आगंतुक पटल : 70
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam