প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘অভিযন্তা দিৱস’ উপলক্ষে ছাৰ এম বিশ্বেশ্বৰায়াক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
प्रविष्टि तिथि:
15 SEP 2024 8:34AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অভিযন্তা দিৱস’ উপলক্ষে ছাৰ এম বিশ্বেশ্বৰায়াৰ অৱদানসমূহৰ কথা স্মৰণ কৰে। তেওঁ অনুষ্ঠানটোত সকলো অভিযন্তালৈকে শুভেচ্ছা জনায়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"প্ৰতিটো ক্ষেত্ৰতে প্ৰগতি সঞ্চালিত কৰা, উদ্ভাৱন আৰু গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ সমাধান কৰি থকা সকলো অভিযন্তালৈ ‘অভিযন্তা দিৱস’ৰ শুভেচ্ছা জনাইছোঁ। ছাৰ এম বিশ্বেশ্বৰায়াক স্মৰণ কৰিছোঁ, অভিযান্ত্ৰিক বিদ্যাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা যাৰ অৱদান বহুলভাৱে জনাজাত।"
***
MJPS/TS/KB
(रिलीज़ आईडी: 2055302)
आगंतुक पटल : 81
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam