প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওনামৰ শুভেচ্ছা জনাইছে

प्रविष्टि तिथि: 14 SEP 2024 2:25PM by PIB Guwahati

"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওনামৰ বাবে উষ্ম শুভেচ্ছা জনাইছে।

তেওঁ এক্সত শ্বেয়াৰ কৰি লিখিছে:

'সকলোলৈ ওনামৰ শুভেচ্ছা থাকিল! এই উৎসৱে সকলোৰে বাবে শান্তি, সমৃদ্ধি, মংগল কঢ়িয়াই আনক। ওনাম কেৰালাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ উদযাপন আৰু ইয়াক বিশ্বজুৰি মালয়ালী সম্প্ৰদায়ে আনন্দৰে পালন কৰে।'"

 

*****

MJPS/TS


(रिलीज़ आईडी: 2055299) आगंतुक पटल : 60
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam