প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ হাই জাম্প টি-৬৩ত ৰূপৰ পদক জয় কৰা শাৰদ কুমাৰক অভিনন্দন জনাইছে

प्रविष्टि तिथि: 04 SEP 2024 10:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত পুৰুষৰ হাই জাম্প টি-৬৩ত ৰূপৰ পদক অৰ্জন কৰা শাৰদ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে

"শাৰদ কুমাৰে #Paralympics2024ত পুৰুষৰ হাই জাম্প টি৬৩ ত ৰূপৰ পদক জয় লাভ কৰিছে। স্থিৰতা আৰু উৎকৰ্ষতাৰ বাবে তেওঁ প্ৰশংসিত। তেওঁক অভিনন্দন। তেওঁ সমগ্ৰ দেশক অনুপ্ৰাণিত কৰিছে।

#Cheer4Bharat"

***

MJPS/ST/HS/ID


(रिलीज़ आईडी: 2051642) आगंतुक पटल : 85
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam