পোষ্ট কৰা হৈছে:
04 SEP 2024 6:37AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলাৰ ৪০০ মিটাৰ টি-২০ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈ দীপ্তি জীৱনজীক অভিনন্দন জ্ঞাপন কৰে।
তেওঁৰ দক্ষতা আৰু দৃঢ়তাক প্ৰশংসনীয় বুলি প্ৰশংসা কৰি শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"#Paralympics2024 ত মহিলাৰ ৪০০ মিটাৰ টি-২০ত ব্ৰঞ্জৰ পদক জয় কৰা দীপ্তি জীৱনজীক অভিনন্দন! তেওঁ অগণন মানুহৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁৰ দক্ষতা আৰু দৃঢ়তা প্ৰশংসনীয়।"
***
MJPS/SR/HS/ID