প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পোলেণ্ডৰ কাবাডী খেলুৱৈসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
22 AUG 2024 9:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাৰ্ছত পোলেণ্ডৰ ‘কাবাডী ফেডাৰেশ্যন’ৰ সভাপতি শ্ৰীযুত মিচেল স্পিকজকো আৰু পোলেণ্ডৰ ‘কাবাডী ফেডাৰেশ্যনৰ ব'ৰ্ড সদস্য’ শ্ৰীমতী আন্না কালবাৰ্জিকক সাক্ষাৎ কৰে।
পোলেণ্ডত ‘কাবাডী’ক আগুৱাই নিয়া আৰু ইউৰোপত খেলবিধক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ উচৰ্গিত মনোভাৱৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰীযুত স্পিকজকো আৰু শ্ৰীমতী কালবাৰ্জিকক প্ৰশংসা কৰে। তেওঁ ভাৰত আৰু পোলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু সাংস্কৃতিক বিনিময় প্ৰগাঢ় কৰাৰ ক্ষেত্ৰত ক্ৰীড়াৰ ভূমিকাৰ প্ৰসংগত আলোকপাত কৰে।
***
MJPS/ST/KB
(ৰিলিজ আই ডি : 2051221)
অতিথি কক্ষ : 70
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam