প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকত জেভেলিন ইভেণ্টত স্বৰ্ণ জয় কৰাৰ বাবে সুমিত এণ্টিলক অভিনন্দন জনাইছে

Posted On: 03 SEP 2024 12:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ জেভেলিন এফ-৬৪ ইভেণ্টত সোণৰ পদক অৰ্জন কৰাৰ বাবে আজি এথলীট সুমিত এণ্টিলক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে :

"সুমিতৰ ব্যতিক্ৰমী প্ৰদৰ্শন! পুৰুষৰ জেভেলিন এফ-৬৪ ইভেণ্টত স্বৰ্ণ জয় কৰাৰ বাবে তেওঁক অভিনন্দন! তেওঁ অসামান্য ধাৰাবাহিকতা আৰু উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে। তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা। @sumit_javelin #Cheer4Bharat"

***

MJPS/RT/KD



(Release ID: 2051143) Visitor Counter : 38