প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

২০২৪ চনৰ ‘পেৰালিম্পিক’ত পুৰুষৰ ‘হাই জাম্প টি-৪৭ প্ৰতিযোগিতা’ত ‘ৰূপৰ পদক’ অৰ্জন কৰাৰ বাবে নিশাদ কুমাৰক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে

Posted On: 02 SEP 2024 10:50AM by PIB Guwahati

পেৰালিম্পিক ২০২৪ত পুৰুষৰ ‘হাই জাম্প টি-৪৭ প্ৰতিযোগিতা’ত ‘ৰূপৰ পদক’ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশাদ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে 'এক্স'ৰ এটা ‘পোষ্ট’-ত লিখিছে:

"#Paralympics2024ৰ পুৰুষৰ ‘হাই জাম্প টি-৪৭ প্ৰতিযোগিতা’ত ‘ৰূপৰ পদক’ অৰ্জন কৰা তেওঁৰ উল্লেখযোগ্য সাফল্যৰ বাবে @nishad_hjক অভিনন্দন জনাইছোঁ! প্ৰচণ্ড অভিলাষ আৰু সংকল্পশক্তিৰে যে সকলো সম্ভৱ কৰিব পাৰি সেই কথা তেওঁ আমাক কৰি দেখুৱাইছে। ভাৰত উৎফুল্লিত হৈছে। "

 

***

MJPS/SR/KB



(Release ID: 2050764) Visitor Counter : 40