প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পেৰিছ পেৰালিম্পিক ২০২৪ত অংশ লোৱা আমাৰ দলটোক ১৪০ কোটি ভাৰতীয়ই শুভেচ্ছা জনাইছেঃ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী
प्रविष्टि तिथि:
28 AUG 2024 9:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ পেৰালিম্পিক ২০২৪ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক শুভেচ্ছা জনায়। খেলুৱৈসকলৰ সাহস আৰু দৃঢ়তাক প্ৰশংসা কৰি তেওঁ কয় যে ১৪০ কোটি ভাৰতীয়ই তেওঁলোকৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰি আছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"পেৰিছ পেৰালিম্পিক ২০২৪ত আমাৰ দলটোক ১৪০ কোটি ভাৰতীয়ই শুভেচ্ছা জনাইছে। প্ৰতিজন খেলুৱৈৰ সাহস আৰু দৃঢ়তা সমগ্ৰ দেশৰ বাবে প্ৰেৰণাৰ উৎস। সকলোৱে তেওঁলোকৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰি আছে।“
***
MJPS/SR/MS
(रिलीज़ आईडी: 2050087)
आगंतुक पटल : 64
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Punjabi
,
Gujarati
,
Bengali
,
Odia
,
Manipuri
,
Tamil
,
Malayalam