প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফলাফলৰ তালিকাঃ চৰকাৰী কাৰ্য্যসূচীৰে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম আনোৱাৰ ইব্ৰাহিমৰ ভাৰত ভ্ৰমণ

Posted On: 20 AUG 2024 4:49PM by PIB Guwahati

ফলাফলৰ তালিকা

ক্ৰমিক নং

বুজাবুজিৰ চুক্তি (MoU)/চুক্তি

বুজাবুজিৰ চুক্তি স্বাক্ষৰত ভাৰতীয় প্ৰতিনিধি

বুজাবুজিৰ চুক্তি স্বাক্ষৰত মালয়েছিয়াৰ প্ৰতিনিধি

ভাৰত চৰকাৰ আৰু মালয়েছিয়া চৰকাৰৰ মাজত শ্ৰমিকৰ নিযুক্তি, নিয়োগ আৰু প্ৰত্যাৱৰ্তন সম্পৰ্কীয় বুজাবুজিৰ চুক্তি

ডঃ এছ. জয়শংকৰ,
ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী

ষ্টিভেন ছীম ছী কিয়ং,
মানৱ সম্পদ দপ্তৰৰ মন্ত্ৰী, মালয়েছিয়া

আয়ুৰ্বেদ আৰু আন-আন পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে মালয়েছিয়া চৰকাৰ আৰু ভাৰত গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।

ডঃ এছ. জয়শংকৰ,
ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী

মহম্মদ হাছান, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, মালয়েছিয়া

ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে মালয়েছিয়া চৰকাৰ আৰু ভাৰত গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।

ডঃ এছ. জয়শংকৰ,
ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী

গোবিন্দ সিং দেও, ডিজিটেল দপ্তৰৰ মন্ত্ৰী, মালয়েছিয়া

সংস্কৃতি, কলা আৰু ঐতিহ্যৰ ক্ষেত্ৰত ভাৰত গণৰাজ্য চৰকাৰ আৰু মালয়েছিয়া চৰকাৰৰ মাজত সহযোগিতা কাৰ্য্যসূচী।

ডঃ এছ. জয়শংকৰ,
ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী

টিয়ং কিং চিং,
পৰ্যটন, কলা আৰু সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী,
মালয়েছিয়া

মালয়েছিয়া চৰকাৰ আৰু ভাৰত গণৰাজ্য চৰকাৰৰ মাজত পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে বুজাবুজিৰ চুক্তি।

ডঃ এছ. জয়শংকৰ,
ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী

টিয়ং কিং চিং,
পৰ্যটন, কলা আৰু সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী,
মালয়েছিয়া

মালয়েছিয়া চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয় আৰু ভাৰত গণৰাজ্য চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মাজত যুৱ আৰু ক্ৰীড়াত সহযোগিতা সম্পৰ্কে বুজাবুজিৰ চুক্তি

ডঃ এছ. জয়শংকৰ,
ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী

মহম্মদ হাছান, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, মালয়েছিয়া

মালয়েছিয়া চৰকাৰ আৰু ভাৰত গণৰাজ্য চৰকাৰৰ মাজত ৰাজহুৱা প্ৰশাসন আৰু শাসন সংস্কাৰৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজিৰ চুক্তি।

শ্ৰী জয়দীপ মজুমদাৰ, সচিব (পূব),

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰত

ৱান আহমদ ডাহলান হাজী আব্দুল আজিজ, মালয়েছিয়াৰ ৰাজহুৱা সেৱাৰ সঞ্চালক প্ৰধান

পাৰস্পৰিক সহযোগিতাৰ সম্পৰ্কত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় কেন্দ্ৰ সেৱা কৰ্তৃপক্ষ (IFSCA) আৰু লাবুয়ান বিত্তীয় সেৱা কৰ্তৃপক্ষৰ মাজত বুজাবুজিৰ চুক্তি।

শ্ৰী বি.এন. ৰেড্ডী,

মালয়েছিয়াস্থিত ভাৰতৰ উচ্চায়ুক্ত

ৱান মহম্মদ ফাজমি চে ৱান ওথমান ফাডজিলান, অধ্যক্ষ-এলএফএছএ।

১৯ আগষ্ট, ২০২৪ত অনুষ্ঠিত ৯ম ভাৰত- মালয়েছিয়া চিইঅ’ ফ’ৰামৰ প্ৰতিবেদন উপস্থাপন

ভাৰত-মালয়েছিয়া চিইঅ’ ফৰামৰ উপাধ্যক্ষ তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ কাৰ্য্যবাহী সঞ্চালক শ্ৰী নিখিল মেচৱানী আৰু মালয়েছিয়া-ভাৰত ব্যৱসায় পৰিষদৰ (MIBC) অধ্যক্ষ কুনা চিত্তাম্পালামে ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ. জয়শংকৰ আৰু মালয়েছিয়াৰ বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী টেংকু দাতুক চেৰি উতামা জাফ্ৰুল টেংকু আব্দুল আজিজক যুটীয়াভাৱে প্ৰতিবেদন দাখিল কৰে।

ঘোষণা

ক্ৰমিক নং

ঘোষণাৰাজি

ভাৰত-মালয়েছিয়াৰ সম্পৰ্কক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীতকৰণ

ভাৰত- মালয়েছিয়া যৌথ বিবৃতি

মালয়েছিয়ালৈ ২০০,০০০ নিযুত টন বগা চাউলৰ বিশেষ আবন্টন

মালয়েছিয়াৰ নাগৰিকৰ বাবে ১০০ অতিৰিক্ত আইটিইচি স্লট আবন্টন

আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স (IBCA)ত প্ৰতিষ্ঠাপক সদস্য হিচাপে মালয়েছিয়াৰ যোগদান

মালয়েছিয়াৰ টুংকু আব্দুল ৰহমান বিশ্ববিদ্যালয় (UTAR)ত আয়ুৰ্বেদ আসনৰ প্ৰতিষ্ঠা

মালয়েছিয়াৰ মালয় বিশ্ববিদ্যালয়ত ভাৰতীয় অধ্যয়নৰ তিৰুৱল্লুৱৰ আসন স্থাপন

ভাৰত-মালয়েছিয়া ষ্টাৰ্টআপ মিত্ৰতাৰ অধীনত দুয়োখন দেশৰ ষ্টাৰ্ট-আপ ইক’চিষ্টেমৰ মাজত সহযোগিতা

ভাৰত- মালয়েছিয়া ডিজিটেল কাউন্সিল

১০

৯ম ভাৰত-মালয়েছিয়া চিইঅ’ ফ’ৰামৰ আহ্বান

 

****

MJPS/SR/SB
 



(Release ID: 2047587) Visitor Counter : 17