প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰপতিজীৰ ভাষণে আমাক এক সমৃদ্ধ আৰু উন্নত ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰি থাকিবলৈ অনুপ্ৰাণিত কৰেঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
14 AUG 2024 9:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰপতিজীৰ ভাষণে আমাক এক সমৃদ্ধ আৰু উন্নত ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰি থাকিবলৈ অনুপ্ৰাণিত কৰে।
শ্ৰী মোদীয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ সম্পূৰ্ণ পাঠো শ্বেয়াৰ কৰে।
ভাৰতৰ ৰাষ্ট্ৰপতিৰ এক্স পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;
"আমাৰ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰপতিজীৰ এক প্ৰেৰণাদায়ক ভাষণ। ই আমাক এক সমৃদ্ধ আৰু উন্নত ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰি থাকিবলৈ অনুপ্ৰাণিত কৰে।"
MJPS/SS/ST/KG
(ৰিলিজ আই ডি : 2045888)
অতিথি কক্ষ : 80
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam