প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰোজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 15 AUG 2024 4:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাৰ্চী নৱবৰ্ষ নৱৰোজ উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে লগতে কয় যে এই উৎসৱে সকলোৰে জীৱনলৈ অপাৰ আনন্দ, সফলতা আৰু সুস্বাস্থ্যৰ কঢ়িয়াই আনক।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

"সকলোকে পাৰ্চী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো! এই নৱৰোজে সকলোৰে জীৱনলৈ অপাৰ আনন্দ, সফলতা আৰু সুস্বাস্থ্যৰ কঢ়িয়াই আনক। আমাৰ সমাজত ভাতৃত্ববোধৰ বান্ধোন কটকটীয়া হৈ থাকক। নৱৰোজ মুবাৰক!"

MJPS/SR/RT/KG


(रिलीज़ आईडी: 2045870) आगंतुक पटल : 70
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Hindi_MP , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam