প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মহাপ্ৰভু জগন্নাথৰ ৰথ যাত্ৰা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 07 JUL 2024 8:31AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাপ্ৰভু জগন্নাথৰ পৱিত্ৰ ৰথ যাত্ৰা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰে:

“পৱিত্ৰ ৰথ যাত্ৰাৰ আৰম্ভণিত শুভকামনা জনাইছোঁ। আমি মহাপ্ৰভু জগন্নাথক নমন কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ আশীৰ্বাদ আমাৰ ওপৰত সদায়ে থাকে।”

**********

DS/SR


(रिलीज़ आईडी: 2031424) आगंतुक पटल : 82
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Hindi_MP , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam