প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তেলেংগানাৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
পোষ্ট কৰা হৈছে:
04 JUL 2024 4:32PM by PIB Guwahati
তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী আৰু তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ভাট্টি বিক্ৰমাৰ্কা মাল্লুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এটা পোষ্টত কয়;
"তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী@revanth_anumulaআৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী ভাট্টি বিক্ৰমাৰ্কা মাল্লুৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক@narendramodiসাক্ষাৎ কৰে।"
********
DS/ST/KD
(ৰিলিজ আই ডি : 2030866)
অতিথি কক্ষ : 94
ত এই ৰিলিজটো পঢ়ক:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam