প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীক কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
02 JUL 2024 8:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেদাৰলেণ্ডৰ নতুনকৈ শপত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী ডিক শ্বুফক কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে কয় যে তেওঁ নবীকৰণযোগ্য শক্তি, জল ব্যৱস্থাপনা আৰু কৃষিৰ লগতে অন্যান্য ক্ষেত্ৰত ভাৰত-নেদাৰলেণ্ডৰ অধিক অংশীদাৰিত্বৰ বাবে আগ্ৰহী।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে ডিক শ্বুফক অভিনন্দন। নবীকৰণযোগ্য শক্তি, পানী ব্যৱস্থাপনা, কৃষি, গতিশীলতা, নতুন আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰসমূহকে ধৰি ভাৰত-নেদাৰলেণ্ডৰ অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী। @MinPres"
****
DS/SR
(ৰিলিজ আই ডি : 2030363)
অতিথি কক্ষ : 118
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam