প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী ভেংকায়া নাইডুৰ ৭৫ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ প্ৰৱন্ধ ৰচনা
পোষ্ট কৰা হৈছে:
01 JUL 2024 9:37AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুক তেওঁৰ ৭৫ সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাইডুৰ জীৱন, সেৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও কিছু ভাৱনা লিপিবদ্ধ কৰে।
শ্ৰী মোদীয়ে এক্সত এইদৰে পোষ্ট কৰে :
"৭৫ সংখ্যক জন্মদিৱসত এম ভেংকায়া নাইডুলৈ শুভেচ্ছা। মই তেওঁৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। এই বিশেষ উপলক্ষত তেওঁৰ জীৱন, সেৱা তথা ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতা সন্দৰ্ভত কিছু ভাৱনা মই লিপিবদ্ধ কৰিছো।"
প্ৰৱন্ধটো চাবলৈ ইয়াত ক্লিক কৰক - https://www.narendramodi.in/venkaiah-garu-life-in-service-of-bharat
***
DS/DD/AT
(ৰিলিজ আই ডি : 2029904)
অতিথি কক্ষ : 138
ত এই ৰিলিজটো পঢ়ক:
हिन्दी
,
English
,
Urdu
,
Marathi
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam