প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ প্ৰদেশৰ বাৰাণসীস্থিত শ্ৰীকাশীবিশ্বনাথ মন্দিৰত পূজা-অৰ্চনা প্ৰধানমন্ত্ৰীৰ

Posted On: 18 JUN 2024 10:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰীশ্ৰীনৰেন্দ্ৰমোদীয়েআজিবাৰাণসীৰশ্ৰীকাশীবিশ্বনাথমন্দিৰপৰিদৰ্শনকৰিপূজা-অৰ্চনাকৰে।

 

প্ৰধানমন্ত্ৰীয়েএই সন্দৰ্ভত এক্সতপোষ্টকৰিছে;

“ভাৰতৰপ্ৰগতিআৰু১৪০কোটিভাৰতীয়ৰসমৃদ্ধিৰবাবেমইকাশীবিশ্বনাথমন্দিৰতপ্ৰাৰ্থনাকৰিলোঁ।মহাদেৱৰআশীৰ্বাদ যেনসদায়আমাৰওপৰতথাকেআৰুসকলোৱেইযেন সুখীআৰুসুস্থহৈথাকে।”

“কাশীতবাবাবিশ্বনাথকপূজাকৰিমনটোৱেঅপৰিসীমসন্তুষ্টিলাভকৰিছিল।সকলোদেশবাসীৰসুখ, শান্তি, সমৃদ্ধিআৰুসুস্বাস্থ্যৰবাবেবাবাৰ ওচৰতকামনাকৰিলোঁ।

জয় বাবা বিশ্বনাথ!”

***

DS/TS



(Release ID: 2026821) Visitor Counter : 22