প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বৃক্ষাসন যোগ ভিডিঅ' শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
12 JUN 2024 9:38AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত যোগ দিৱস উপলক্ষে বৃক্ষাসন আসনৰ লাভালাভৰ বিষয়ে বৰ্ণনা কৰি এটা যোগ ভিডিঅ' শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;
"বৃক্ষাসন বা গছৰ ভংগীমাৰ আসনে শৰীৰৰ ভাৰসাম্য আৰু ভংগী উন্নত কৰাত সহায় কৰাৰ লগতে ইয়াৰ আন কেইবাটাও লাভালাভ আছে।"
"বৃক্ষাসন অৰ্থাৎ গছৰ ভংগীত কৰা আসনৰ বহুতো লাভালাভ আছে। ই শৰীৰৰ ভাৰসাম্য উন্নত কৰাৰ লগতে ইয়াক শক্তিশালী কৰে।”
***
DS/ST/MK/AT
(रिलीज़ आईडी: 2024592)
आगंतुक पटल : 93
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam