ভাৰতীয় নিৰ্বাচন আয়োগ

নিশা ১১.৪৫ বজালৈকে ষষ্ঠ পৰ্যায়ত ভোটদানৰ হাৰ ৬১.২০%

Posted On: 25 MAY 2024 11:59PM by PIB Guwahati

সাধাৰণ নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটদান হাৰ নিশা ১১.৪৫ বজালৈকে ৬১.২০% হয়৷ ভোটগ্ৰহণকাৰী দলসমূহে ঘূৰি অহাৰ লগে লগে একেখিনি কথা ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলে পূৰ্বৰ পৰ্যায়সমূহৰ দৰে আপডেট কৰি থাকিব আৰু ভিটিআৰ এপত সমষ্টিভিত্তিক (নিজৰ বিধানসভা খণ্ডৰ সৈতে) পোনপটীয়াকৈ উপলব্ধ হ’ব৷

নিশা ১১.৪৫ বজালৈকে আনুমানিক ভোটদানৰ তলত উল্লেখ কৰা ধৰণৰঃ

 

ক্ৰ.নং.

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

সংসদীয় সমষ্টিৰ সংখ্যা

আনুমানিক

ভোটদানৰ হাৰ

বিহাৰ

০৮

৫৫.২৪

হাৰিয়ানা

১০

৬০.৪

জম্মু আৰু কাশ্মীৰ

০১

৫৪.৩০

ঝাৰখণ্ড

০৪

৬৩.৭৬

ৰাজধানী দিল্লী

০৭

৫৭.৬৭

ওড়িশা

০৬

৬৯.৫৬

উত্তৰপ্ৰদেশ

১৪

৫৪.০৩

পশ্চিমবংগ

০৮

৭৯.৪৭

ওপৰত উল্লেখিত ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

৫৮

৬১.২

ইয়াত প্ৰদৰ্শিত তথ্যসমূহ ক্ষেত্ৰ বিষয়াই ব্যৱস্থাসমূহত পূৰণ কৰা তথ্য অনুসৰি উল্লেখ কৰা হৈছেএইটো এটা আনুমানিক ধাৰা, কিয়নো কিছুমান ভোটগ্ৰহণ কেন্দ্ৰ (পি এছ)ৰ তথ্যই সময় লয় আৰু এই ধাৰাত ডাক বেলট অন্তৰ্ভুক্ত কৰা হোৱা নাই। প্ৰতিটো পি এছৰ বাবে ৰেকৰ্ড কৰা ভোটৰ চূড়ান্ত প্ৰকৃত হিচাপ নিৰ্বাচনৰ অন্তত সকলো ভোটগ্ৰহণ এজেণ্টৰ সৈতে প্ৰপত্ৰ ১৭চিত শ্বেয়াৰ কৰা হয়।

***************

DK/RP/DB



(Release ID: 2021900) Visitor Counter : 25