বিত্ত মন্ত্ৰালয়

মাৰ্চ মাহত দ্বিতীয় সৰ্বাধিক মাহিলী মুঠ জিএছটি ৰাজহ সংগ্ৰহ ১.৭৮ লাখ কোটি টকা; বছৰৰ-পিছত-বছৰৰ ভিত্তিত অভিলেখ সংখ্যক ১১.৫% বৃদ্ধি (সৰ্বমুঠ ভিত্তিত বৃদ্ধিৰ পৰিমাণ ১৮.৪ %)

বাৰ্ষিক মুঠ ৰাজহ ২০.১৮ লাখ কোটি টকা, ১১.৭% বৃদ্ধি (সৰ্বমুঠ ভিত্তিত ১৩.৪ %)

Posted On: 01 APR 2024 3:41PM by PIB Guwahati

মাৰ্চ ২০২৪-ৰ বাবে মুঠ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি)ৰ পৰা সৰ্বাধিক  ৰাজহ ১.৭৮  লাখ কোটি টকা  সংগ্ৰহ হৈছে, এয়া বাৰ্ষিক ১১.৫% বৃদ্ধিৰ সৈতে সংগ্ৰহ হোৱা ৰাজহ। ঘৰুৱা লেনদেনৰ পৰা হোৱা জিএছটি সংগ্ৰহ ১৭.৬ % হাৰত গুৰুত্বপূৰ্ণ বৃদ্ধি হৈছে ।  মাৰ্চ ২০২৪-ৰ বাবে জিএছটি ৰাজহ ৰিফাণ্ডৰ মুঠ পৰিমাণ হৈছে ১.৬৫  লাখ কোটি টকা,  যি পৰিমাণে যোৱা বছৰৰ একে সময়ৰ তুৱনাত ১৮.৪ % বৃদ্ধিক সূচাইছে।

২০২৩-২৪ বিত্তীয় বৰ্ষত জিএছটি সংগ্ৰহৰ ধাৰাবাহিক সাফল্য : ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ ২০.১৮ লাখ কোটি টকাৰ জিএছটি সংগ্ৰহ হৈছে,  এই পৰিমাণে ২০ লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰি এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।  যি পূৰ্বৰ বছৰৰ তুলনাত ১১.৭% বৃদ্ধি হিচাবে পৰিগণিত হৈছে। এই বিত্তীয় বৰ্ষৰ গড় মাহিলী সংগ্ৰহ হৈছে ১.৬৮  লাখ কোটি টকা, যি আগৰ বছৰৰ গড় ১.৫  লাখ কোটি টকাৰ ঘৰ  অতিক্ৰম কৰিছে। চলিত বিত্তীয় বৰ্ষৰ বাবে মাৰ্চ ২০২৪  লৈকে জিএছটি ৰাজহ ৰিফাণ্ডৰ মুঠ পৰিমাণ হৈছে ১৮.০১  লাখ কোটি টকা।  যি হৈছে যোৱা বছৰৰ একে সময়ৰ তুলনাত ১৩.৪ % বৃদ্ধি।

বিভিন্ন ক্ষেত্ৰত ইতিবাচক প্ৰদৰ্শন:

মাৰ্চ ২০২৪  ৰাজহ সংগ্ৰহৰ খতিয়ানঃ

কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (চিজিএছটি): ৩৪,৫৩২ কোটি টকা;

ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (এছজিএছটি): ৪৩,৭৪৬  কোটি টকা;

ইণ্টিগ্ৰেটেড সামগ্ৰী আৰু সেৱা কৰ (আইজিএছটি): ৮৭, ৯৪৭ কোটি টকা, যাৰ ভিতৰত আছে আমদানি কৰা সামগ্ৰীৰ পৰা  সংগৃহীত  ৪০, ৩২২  কোটি টকা ;

উপকৰ: ১২,২৫৯ কোটি টকা, যাৰ ভিতৰত আছে আমদানি কৃত সামগ্ৰীৰ পৰা  সংগৃহীত ৯৯৬  কোটি টকা।

সমগ্ৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সংগ্ৰহত একে ধৰণৰ ইতিবাচক প্ৰৱণতা দেখা গৈছে:

কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (চিজিএছটি): ৩,৭৫,৭১০ কোটি টকা;

ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (এছজিএছটি): ৪,৭১,১৯৫  কোটি টকা;

ইণ্টিগ্ৰেটেড সামগ্ৰী আৰু সেৱা কৰ (আইজিএছটি): ১০, ২৬,৭৯০ কোটি টকা, যাৰ ভিতৰত আছে আমদানি কৃত সামগ্ৰীৰ ওপৰত সংগ্ৰহ কৰা ৪,৮৩,০৮৬ কোটি টকা;

উপকৰ: ১,৪৪,৫৫৪ কোটি টকা, যাৰ ভিতৰত আছে আমদানি কৃত সামগ্ৰীৰ ওপৰত সংগ্ৰহ কৰা ১১,৯১৫  কোটি টকা।

আন্তঃচৰকাৰী নিষ্পত্তি: ২০২৪ চনৰ মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰা আইজিএছটিৰ পৰা এছজিএছটিলৈ ৪৩,২৬৪ কোটি টকা  আৰু এছজিএছটিলৈ ৩৭,৭০৪ কোটি টকা  নিষ্পত্তি কৰে। ইয়াৰ অৰ্থ হৈছে নিয়মীয়া নিষ্পত্তিৰ পিছত চিজিএছটিৰ বাবে মুঠ ৭৭,৭৯৬  কোটি টকা  আৰু এছজিএছটিৰ বাবে মাৰ্চ, ২০২৪ -ৰ বাবে ৮১, ৪৫০  কোটি টকা। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে, কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰা আইজিএছটিৰ পৰা এছজিএছটিলৈ ৪,৮৭,০৩৯ কোটি টকা আৰু এছজিএছটিলৈ ৪,১২,০২৮ কোটি টকা নিষ্পত্তি কৰে।

তলৰ তালিকাখনে চলিতবৰ্ষত মাহিলী মুঠ জিএছটি ৰাজহৰ প্ৰৱণতাক প্ৰতিফলিত কৰিছে । তালিকা-১-ত মাৰ্চ, ২০২৩-ৰ তুলনাত মাৰ্চ, ২০২৪  মাহত প্ৰতিখন ৰাজ্যত সংগ্ৰহ কৰা জিএছটিৰ ৰাজ্য অনুসৰি পৰিসংখ্যা দেখুওৱা হৈছে। তালিকা-২-ত মাৰ্চ, ২০২৪ লৈকে প্ৰতিখন ৰাজ্যৰ নিষ্পত্তিৰ পিছত জিএছটি ৰাজহৰ ৰাজ্য-অনুসৰি পৰিসংখ্যা দেখুওৱা হৈছে।

 

তালিকা: জিএছটি সংগ্ৰহৰ প্ৰৱণতা

                                                                      

তালিকা ১: মাৰ্চ, ২০২৪-ত জিএছটি ৰাজহৰ ৰাজ্যঅনুসৰি বৃদ্ধি

State/UT

Mar-23

Mar-24

Growth (%)

Jammu and Kashmir

 477

 601

26%

Himachal Pradesh

 739

 852

15%

Punjab

 1,735

 2,090

20%

Chandigarh

 202

 238

18%

Uttarakhand

 1,523

 1,730

14%

Haryana

 7,780

 9,545

23%

Delhi

 4,840

 5,820

20%

Rajasthan

 4,154

 4,798

15%

Uttar Pradesh

 7,613

 9,087

19%

Bihar

 1,744

 1,991

14%

Sikkim

 262

 303

16%

Arunachal Pradesh

 144

 168

16%

Nagaland

 58

 83

43%

Manipur

 65

 69

6%

Mizoram

 70

 50

-29%

Tripura

 90

 121

34%

Meghalaya

 202

 213

6%

Assam

 1,280

 1,543

21%

West Bengal

 5,092

 5,473

7%

Jharkhand

 3,083

 3,243

5%

Odisha

 4,749

 5,109

8%

Chhattisgarh

 3,017

 3,143

4%

Madhya Pradesh

 3,346

 3,974

19%

Gujarat

 9,919

 11,392

15%

Dadra and Nagar Haveli and Daman & Diu

 309

 452

46%

Maharashtra

 22,695

 27,688

22%

Karnataka

 10,360

 13,014

26%

Goa

 515

 565

10%

Lakshadweep

 3

 2

-18%

Kerala

 2,354

 2,598

10%

Tamil Nadu

 9,245

 11,017

19%

Puducherry

 204

 221

9%

Andaman and Nicobar Islands

 37

 32

-14%

Telangana

 4,804

 5,399

12%

Andhra Pradesh

 3,532

 4,082

16%

Ladakh

 23

 41

82%

Other Territory

 249

 196

-21%

Center Jurisdiction

 142

 220

55%

Grand Total

 1,16,659

 1,37,166

18%

 

তালিকা-২: আইজিএছটিৰ এছজিএছটি আৰু এছজিএছটি অংশ এপ্ৰিল-মাৰ্চত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ (কোটি টকা)

 

Pre-Settlement SGST

Post-Settlement SGST[2]

State/UT

2022-23

2023-24

Growth

2022-23

2023-24

Growth

Jammu and Kashmir

 2,350

 2,945

25%

 7,272

 8,093

11%

Himachal Pradesh

 2,346

 2,597

11%

 5,543

 5,584

1%

Punjab

 7,660

 8,406

10%

 19,422

 22,106

14%

Chandigarh

 629

 689

10%

 2,124

 2,314

9%

Uttarakhand

 4,787

 5,415

13%

 7,554

 8,403

11%

Haryana

 18,143

 20,334

12%

 30,952

 34,901

13%

Delhi

 13,619

 15,647

15%

 28,284

 32,165

14%

Rajasthan

 15,636

 17,531

12%

 35,014

 39,140

12%

Uttar Pradesh

 27,366

 32,534

19%

 66,052

 76,649

16%

Bihar

 7,543

 8,535

13%

 23,384

 27,622

18%

Sikkim

 301

 420

39%

 839

 951

13%

Arunachal Pradesh

 494

 628

27%

 1,623

 1,902

17%

Nagaland

 228

 307

35%

 964

 1,057

10%

Manipur

 321

 346

8%

 1,439

 1,095

-24%

Mizoram

 230

 273

19%

 892

 963

8%

Tripura

 435

 512

18%

 1,463

 1,583

8%

Meghalaya

 489

 607

24%

 1,490

 1,713

15%

Assam

 5,180

 6,010

16%

 12,639

 14,691

16%

West Bengal

 21,514

 23,436

9%

 39,052

 41,976

7%

Jharkhand

 7,813

 8,840

13%

 11,490

 12,456

8%

Odisha

 14,211

 16,455

16%

 19,613

 24,942

27%

Chhattisgarh

 7,489

 8,175

9%

 11,417

 13,895

22%

Madhya Pradesh

 10,937

 13,072

20%

 27,825

 33,800

21%

Gujarat

 37,802

 42,371

12%

 58,009

 64,002

10%

Dadra and Nagar Haveli and Daman and Diu

 637

 661

4%

 1,183

 1,083

-8%

Maharashtra

 85,532

 1,00,843

18%

 1,29,129

 1,49,115

15%

Karnataka

 35,429

 40,969

16%

 65,579

 75,187

15%

Goa

 2,018

 2,352

17%

 3,593

 4,120

15%

Lakshadweep

 10

 19

93%

 47

 82

75%

Kerala

 12,311

 13,967

13%

 29,188

 30,873

6%

Tamil Nadu

 36,353

 41,082

13%

 58,194

 65,834

13%

Puducherry

 463

 509

10%

 1,161

 1,366

18%

Andaman and Nicobar Islands

 183

 206

12%

 484

 528

9%

Telangana

 16,877

 20,012

19%

 38,008

 40,650

7%

Andhra Pradesh

 12,542

 14,008

12%

 28,589

 31,606

11%

Ladakh

 171

 250

46%

 517

 653

26%

Other Territory

 201

 231

15%

 721

 1,123

56%

Grand Total

 4,10,251

 4,71,195

15%

 7,70,747

 8,74,223

13%

 

****

 

YKB/VM/KMN/DM

[১] সামগ্ৰী আমদানিৰ ওপৰত জিএছটি অন্তৰ্ভুক্ত নহয়

[২] নিষ্পত্তিৰ পিছত জিএছটি হৈছে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ জিএছটি ৰাজহ আৰু আইজিএছটিৰ এছজিএছটি অংশ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে



(Release ID: 2016868) Visitor Counter : 38