পোষ্ট কৰা হৈছে:
14 MAR 2024 1:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰে নৱাগত ভোটাৰসকলৰ উৎসাহক আলোকপাত কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
“ভাৰতৰ প্ৰতিটো প্ৰান্ততে যুৱক-যুৱতীসকলে কৈছে মেৰা পেহলা ভোট দেশ কে লিয়ে।”
***
DS/TS/SB