প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জেএমএমৰ উৎকোচৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰশংসা প্ৰধানমন্ত্ৰী

Posted On: 04 MAR 2024 1:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জেএমএমৰ উৎকোচৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰশংসা কৰিছে৷

প্ৰধানমন্ত্ৰী ইয়াক এক মহান ৰায়দান বুলি উল্লেখ কৰি টুইটাৰত কয়;

“স্বাগতম!

মাননীয় উচ্চতম ন্যায়ালয়ৰ এক মহান ৰায়দান, যিয়ে স্বচ্ছ ৰাজনীতি নিশ্চিত কৰিব আৰু ব্যৱস্থাটোৰ প্ৰতি মানুহৰ বিশ্বাস দৃঢ় কৰিব৷”

***

DS/ST/DB



(Release ID: 2011233) Visitor Counter : 60