প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী আয়া বৈকুন্দ স্বামীকালৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 03 MAR 2024 10:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী আয়া বৈকুন্দ স্বামীকালৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত কৰা এটা পোষ্টত উল্লেখ কৰে -

“শ্ৰী আয়া বৈকুন্দ স্বামীকালৰ জন্ম বাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধা নিবেদিছো। দৰিদ্ৰ জনতাৰ মাজত এখন সবলীকৃত সমাজ গঢ়িবৰ বাবে তেওঁ কৰি যোৱা অগণিত প্ৰচেষ্টাক লৈ আমি দেশবাসী সদায়েই গৌৰৱান্বিত। মানৱতাৰ বাবে তেওঁ দেখা সপোন পূৰণৰ বাবে আমি বদ্ধপৰিকৰ হৈ থাকিম।”

****

DS/ST


(ৰিলিজ আই ডি : 2011199) অতিথি কক্ষ : 121