প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজীভাই দেশাইৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 29 FEB 2024 10:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজীভাই দেশাইৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

শ্ৰী মোদীয়ে লগতে মন কী বাতৰ এটা খণ্ডত শ্ৰী মোৰাৰজীভাই দেশাইৰ সন্দৰ্ভত তেওঁৰ চিন্তাধাৰাৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ পোষ্টত কয়;

“জন্ম বাৰ্ষিকীত শ্ৰী মোৰাৰজীভাই দেশাইৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ ভাৰতীয় ৰাজনীতিৰ এগৰাকী প্ৰবল আৰু সৎ আৰু সৰলতাৰ দিগ্গজ ব্যক্তি মোৰাৰজীভাই দেশাইয়ে পৰম নিষ্ঠাৰে আমাৰ দেশৰ সেৱা কৰিছিল৷ #MannKiBaatৰ পূৰ্বে প্ৰচাৰিত খণ্ডত মই তেওঁৰ বিষয়ে এইদৰে কৈছিলো৷

*********

DS/ST/DB



(Release ID: 2010114) Visitor Counter : 71