প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সন্ত ৰবিদাসৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
24 FEB 2024 6:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ত ৰবিদাসৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে গুৰু ৰবিদাসক লৈ তেওঁৰ চিন্তাধাৰাৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰে।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“গুৰু ৰবিদাসলৈ তেওঁৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি। এই উপলক্ষে সমগ্ৰ দেশতে থকা আপোনাৰ পৰিয়ালৰ সদস্যসকললৈ বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সমতা আৰু সমন্বয়ৰ ভিত্তিত আপোনাৰ বাৰ্তাই সমাজৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।”
***
DS/ST
(रिलीज़ आईडी: 2008901)
आगंतुक पटल : 124
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam