প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সন্ত শিৰোমনি আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ মহাৰাজ জীৰ সন্দৰ্ভত তেওঁৰ চিন্তাধাৰা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
21 FEB 2024 11:17AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ত শিৰোমনি আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ মহাৰাজ জীৰ সন্দৰ্ভত তেওঁৰ চিন্তাধাৰা প্ৰকাশ কৰে৷ শ্ৰী মোদীয়ে সন্ত শিৰোমনি আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ মহাৰাজ জীৰ সৈতে জড়িত প্ৰৱন্ধটো narendramodi.in ৱেবছাইটত শ্বেয়াৰ কৰে৷
প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ এটা পোষ্টত কয়;
“সন্ত শিৰোমণি আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ জী মহাৰাজ জীৰ সন্দৰ্ভত মোৰ চিন্তাধাৰা প্ৰকাশ কৰিলোঁ, যাৰ আশীৰ্বাদ বহু বছৰ ধৰি লাভ কৰিছিলোঁ আৰু মানৱতাৰ প্ৰতি যাৰ অৱদান অমূল্য৷”
“সন্ত শিৰোমণি আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ জী মহাৰাজ জীৰ জীৱন কেৱল আধ্যাত্মিক ক্ষেত্ৰতে নহয়, বৰঞ্চ স্বাস্থ্য, শিক্ষা আৰু পৰিৱেশৰ দৰে ক্ষেত্ৰতো পথ প্ৰদৰ্শকৰ দৰে। মোৰে সৌভাগ্য যে মই নিৰন্তৰ তেওঁৰ সান্নিধ্য লাভ কৰিছিলোঁ৷ তেওঁৰ ঐশ্বৰিক আৰু প্ৰেৰণাদায়ক ব্যক্তিত্বৰ প্ৰতি উৎসৰ্গিত মোৰ এই লেখাটো পঢ়ক…
https://www.narendramodi.in/hi/a-tribute-to-sant-shiromani-acharya-shri-108-vidhyasagar-ji-maharaj-jee.”
***
DS/ST/DB
(रिलीज़ आईडी: 2007652)
आगंतुक पटल : 114
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam