প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আইনবিদ ফালি নৰিমানৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 21 FEB 2024 11:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইনবিদ ফালি নৰিমানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্ৰী ফালি নৰিমান জী অতি উল্লেখযোগ্য আইনবিদ আৰু বুদ্ধিজীৱীসকলৰ ভিতৰত অন্যতম আছিল। সাধাৰণ নাগৰিকৰ বাবে ন্যায় সুলভ কৰি তোলাৰ প্ৰতি তেওঁ নিজৰ জীৱন উচৰ্গা কৰিছিল। তেওঁৰ বিয়োগত মৰ্মাহত হৈছো৷ তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।”

***

DS/RT/DB


(रिलीज़ आईडी: 2007649) आगंतुक पटल : 107
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam