প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অষ্ট্ৰেলিয়া অ’পেনত বিজয়ৰ বাবে ৰোহন বোপান্নাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 27 JAN 2024 8:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়া অ’পেনত বিজয়ৰ বাবে টেনিছ খেলুৱৈ ৰোহন বোপান্নাক অভিনন্দন জনাইছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“অসাধাৰণ প্ৰতিভাধৰ ৰোহন বোপান্নাই আমাক বাৰে বাৰে দেখুৱাইছে যে বয়স কোনো বাধা নহয়!

অষ্ট্ৰেলিয়ান অ’পেনত ঐতিহাসিক জয়ৰ বাবে ৰোহন বোপান্নাক অভিনন্দন জনাইছো।

তেওঁৰ এই উল্লেখযোগ্য যাত্ৰা এক সুন্দৰ সোঁৱৰণী যি সদায় আমাৰ আত্মা, কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়েই আমাৰ সামৰ্থ্যক সংজ্ঞায়িত কৰে।

তেওঁৰ উজ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

***

DS/RT/DB


(रिलीज़ आईडी: 2000494) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam