প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইজিপ্তৰ ছোৱালীৰ দেশপ্ৰেমমূলক গীত পৰিবেশনৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 JAN 2024 5:02PM by PIB Guwahati

ইজিপ্ত ছোৱালী কৰিমানে ভাৰতৰ ৭৫ তম গণৰাজ্য দিৱস উদযাপনৰ সময়ত পৰিৱেশন কৰা দেশপ্ৰেমমূলক গীত "দেশ ৰংগীলা"ৰ পৰিবেশনৰ শলাগ লয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ লগতে কণ্ঠশিল্পীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত লিখিছে -

"ইজিপ্তৰ পৰা অহা কৰিমানৰ এই পৰিবেশন অতি সুৰীয়া! এই প্ৰচেষ্টাৰ বাবে মই তেওঁক অভিনন্দন জনাইছো আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।"

***

DS/RT


(रिलीज़ आईडी: 2000474) आगंतुक पटल : 96
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam