প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰতিষ্ঠা দিৱসত মণিপুৰবাসীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 JAN 2024 9:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

উত্তৰ-পূবৰ এই ৰাজ্যখনৰ নিৰন্তৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে এইদৰেঃ

"মণিপুৰৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা জনাইছোঁ। মণিপুৰে ভাৰতৰ প্ৰগতিত এক শক্তিশালী অৱদান আগবঢ়াইছে। আমি ৰাজ্যখনৰ সংস্কৃতি আৰু পৰম্পৰাক লৈ গৌৰৱ কৰো। মই মণিপুৰৰ নিৰন্তৰ উন্নয়নৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।"

*********


DS/RT/KG


(रिलीज़ आईडी: 1998562) आगंतुक पटल : 115
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali-TR , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam