প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চন্দ্ৰত সৰল অৱতৰণৰ বাবে জাপানক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
20 JAN 2024 11:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰত জাক্সাৰ প্ৰথম সৰল অৱতৰণৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক অভিনন্দন জনায়।
তেওঁ আৰু কয় যে ভাৰত মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই মহাকাশ অন্বেষণৰ ক্ষেত্ৰত জাপান মহাকাশ অন্বেষণ সংস্থা (JAXA)ৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আগ্ৰহী।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"চন্দ্ৰত জাপানৰ প্ৰথম সৰল অৱতৰণৰ বাবে প্ৰধানমন্ত্ৰী ফুমিঅ' কিছিদা আৰু জাক্সাৰ সকলোকে অভিনন্দন। ইছৰো আৰু জাক্সাৰ মাজত মহাকাশ অন্বেষণৰ ক্ষেত্ৰত আমাৰ সহযোগিতাৰ বাবে ভাৰত অপেক্ষাৰত।"
**********
DS/RT
(रिलीज़ आईडी: 1998481)
आगंतुक पटल : 114
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam