পোষ্ট কৰা হৈছে:
09 JAN 2024 10:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ সংসদীয় নিৰ্বাচনত জয়ৰ বাবে ছেৰিং টোবগে আৰু পিপলছ ডেম’ক্ৰেটিক পাৰ্টীক অভিনন্দন জনাইছে৷
টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়;
“ভূটানৰ সংসদীয় নিৰ্বাচনত জয়ৰ বাবে মোৰ বন্ধু @tsheringtobgay আৰু পিপলছ ডেম’ক্ৰেটিক পাৰ্টীক অভিনন্দন জনাইছো৷ আমাৰ বন্ধুত্ব আৰু সহযোগিতাৰ অনন্য সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে পুনৰ একেলগে কাম কৰিবলৈ মই আগ্ৰহী৷”
***
DS/AK/DN