কেবিনেট
কেবিনেটে ষষ্ঠদশ বিত্ত আয়োগৰ বাবে পদ সৃষ্টিত অনুমোদন জনায়
प्रविष्टि तिथि:
18 JAN 2024 12:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৩১ ডিচেম্বৰ, ২০২৩ তাৰিখৰ অধিসূচনা আৰু সংবিধানৰ ২৮০ নং অনুচ্ছেদ অনুসাৰে গঠিত ষষ্ঠদশ বিত্ত আয়োগৰ বাবে যুটীয়া সচিব পৰ্য্যায়ৰ তিনি পদ অৰ্থাৎ যুটীয়া সচিবৰ দুটা পদ আৰু অৰ্থনৈতিক উপদেষ্টাৰ এটা পদ সৃষ্টিত অনুমোদন জনাইছে।
নতুনকৈ সৃষ্টি কৰা এই পদসমূহে আয়োগৰ কাম-কাজ পৰিচালনাত সহায় কৰিব। আয়োগৰ বাকী সকলো পদ ইতিমধ্যে প্ৰদান কৰা ক্ষমতা অনুসৰি সৃষ্টি কৰা হৈছে।
****
DS/SKS/SB
(रिलीज़ आईडी: 1997220)
आगंतुक पटल : 215
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
Tamil
,
Kannada
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Nepali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam