প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 22 DEC 2023 12:55PM by PIB Guwahati

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন যাদৱ তথা উপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰী ৰাজেন্দ্ৰ শুক্লা আৰু শ্ৰী জগদীশ দেৱদাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ

"মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী @DrMohanYadav51 জী তথা উপ-মুখ্যমন্ত্ৰীদ্বয় @rshuklabjp জী আৰু @JagdishDevdaBJP জীয়ে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"

***

DS/RT/SB
 


(रिलीज़ आईडी: 1989534) आगंतुक पटल : 73
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam