প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৩ৰ ১৪ ডিচেম্বৰত পুনেৰ এছপি কলেজত বিশাল পঠন কাৰ্য্যসূচীৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
14 DEC 2023 4:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ১৪ ডিচেম্বৰত পুনেৰ এছপি কলেজত সৰ্বাধিক পঠন কাৰ্য্যসূচীৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰশংসা কৰিছে। ইয়াত ৩০৬৬ গৰাকী পিতৃ-মাতৃয়ে সন্তানক সাধু কৈ সমাজত পঢ়াৰ সংস্কৃতিক প্ৰোৎসাহিতকৰণৰ প্ৰয়াস কৰে।
নেচনেল বুক ট্ৰাষ্টৰ এটি এক্স প’ষ্ট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“পঢ়াৰ আনন্দ বিয়পাই দিবলৈ এয়া এক প্ৰশংসনীয় প্ৰচেষ্টা। ইয়াৰে জড়িতসকলৰ শলাগ লৈছোঁ।”
***
DS/TS/SB
(रिलीज़ आईडी: 1986652)
आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam