প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৩-২৪ চনৰ মৰাপাট বৰ্ষত সামগ্ৰীৰ পেকেজিঙত মৰাপাটৰ বাধ্যতামূলক ব্যৱহাৰৰ সিদ্ধান্তক আদৰণি প্ৰধানমন্ত্ৰীৰ
তেওঁ কয় যে এই সিদ্ধান্তই মৰাপাট খণ্ডক পুনৰুজ্জীৱিত কৰাৰ দিশত অৰিহণা যোগাব
পোষ্ট কৰা হৈছে:
09 DEC 2023 10:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩-২৪ চনৰ মৰাপাট বৰ্ষত সামগ্ৰীৰ পেকেজিঙত মৰাপাটৰ বাধ্যতামূলক ব্যৱহাৰৰ সিদ্ধান্তক আদৰণি জনাইছে। শ্ৰী মোদীয়ে কয় যে এই সিদ্ধান্তই মৰাপাট খণ্ডক পুনৰুজ্জীৱিত কৰাৰ দিশত অৰিহণা যোগাব।
শ্ৰী মোদীয়ে লগতে কয় যে এই সিদ্ধান্তই আমাৰ কাৰিকৰ আৰু কৃষকসকলক যথেষ্ট উদ্গনি যোগাব।
এই সিদ্ধান্ত সন্দৰ্ভত এই লিংকত সবিশেষ চাব পাৰিব:
https://pib.gov.in/PressReleasePage.aspx?PRID=1984208
কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ টুইটাৰৰ সঁহাৰি জনায় প্ৰধানমন্ত্ৰীয়ে কয়;
“এই সিদ্ধান্তই মৰাপাট খণ্ডক পুনৰুজ্জীৱিত কৰাৰ দিশত অৰিহণা যোগাব। ইয়াৰ জৰিয়তে আমাৰ কাৰিকৰ আৰু কৃষকসকলকো যথেষ্ট উদ্গনি যোগাব।”
***
DS/ST/DB
(ৰিলিজ আই ডি : 1984870)
অতিথি কক্ষ : 122
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam