প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কেচিআৰৰ আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰীৰ

Posted On: 08 DEC 2023 10:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আঘাতপ্ৰাপ্ত তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ আশু আৰোগ্য কামনা কৰিছে৷

টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী কে চি আৰ গাৰু আঘাতপ্ৰাপ্ত হোৱা বুলি জানি দুঃখিত হৈছো। তেওঁৰ আশু আৰোগ্য আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো৷”

***


DS/ST/DB



(Release ID: 1983915) Visitor Counter : 66