প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 03 DEC 2023 10:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“আমাৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ মুহূৰ্তত ড° ৰাজেন্দ্ৰ প্ৰসাদৰ গভীৰ জ্ঞান আৰু অটল নেতৃত্ব অতি গৌৰৱৰ বিষয়। গণতন্ত্ৰ আৰু ঐক্যৰ চেম্পিয়ন হিচাপে তেওঁৰ প্ৰচেষ্টাই প্ৰতিটো প্ৰজন্মত অনুৰণিত হৈ আহিছে। জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছো৷”

***

Dhiraj Singh / Siddhant Tiwari/DB



(Release ID: 1982229) Visitor Counter : 58