পোষ্ট কৰা হৈছে:
27 NOV 2023 10:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশীৰ দেৱ দীপাৱলী অনুষ্ঠানত বিভিন্ন ৰাষ্ট্ৰৰ কূটনীতিবিদৰ উপস্থিতিৰ বাবে আনন্দ প্ৰকাশ কৰে, যিসকলে ভাৰতৰ সাংস্কৃতিক সজীৱতাৰ এক আভাস লাভ কৰিছে৷
টুইটাৰৰ এক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
“কাশী দেৱ দীপাৱলীৰ সমাৰ্থক আৰু এই বছৰো পূৰ্বৰ দৰে এক আড়ম্বৰপূৰ্ণভাৱে এই উৎসৱ উদযাপন কৰা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে আন এক আনন্দদায়ক কথা হৈছে ইয়াত বহু দেশৰ কূটনীতিবিদে অংশগ্ৰহণ কৰিছে, যিসকলে ভাৰতৰ সাংস্কৃতিক সজীৱতাৰ আভাস পাইছে৷”
***
DS/AK/DB